New Eta Lora Song Mp3 Download By Gitanjali Das For Free 2023. Most Popular Love Song Eta Lora Mp3 Download in 320Kbps Free. Eta Lora Song Sung By Popular Singer Gitanjali Das, Music By Ujjwal Aarong, and Lyrics Written By Kussum Kailash. Also Download All Best Assamese Songs With High-Quality Audio, Eta Lora Song Download Mp3 With Lyrics Only On Mp3Land.co.

Eta Lora Mp3 Song Download
Eta Lora Song Lyrics
এটা ল’ৰা মৰম লাগে
মোলৈ ঘূৰি চালে
মোলৈ ঘূৰি চালে
মই ভবাটো মনে মনে
সিও চাগে ভাবে
মিচিককৈ হাঁহি এটি মাৰি
কাষেদি পাৰ হ’লে
কাষেদি পাৰ হ’লে
ধিপিঙকৈ কঁপো কলিজাত জানো
কিহে কামোৰ মাৰে
ও মোৰ লাজুকী সপোনৰ
এটি ভাবনা আলাসৰ
কেতিয়াকৈনো হ’ব পূৰ
বুকুত সাজিছে টঙিঘৰ
যৌবনৰে জীয়া আশা পাবলে কাষৰত
ও এটা ল’ৰা মৰম লাগে
মোলৈ ঘূৰি চালে
মই ভবাটো মনে মনে
সিও চাগে ভাবে
ৰাতি বাৰ বাজে
দিনৰ বাৰ বাজে
একেটি কথাকে মুখত ওলাই জানা ঐ
মোৰো ভালেই লাগে
কথাটি সুধিলে
লগৰ সমনীয়াক লগৰ সমনীয়াক কৈ
ও মোৰ লাজুকী সপোনৰ
এটি ভাবনা আলাসৰ
কেতিয়াকৈনো হ’ব পূৰ
বুকুত সাজিছে টঙিঘৰ
যৌবনৰে জীয়া আশা পাবলে কাষৰত
ও এটা ল’ৰা মৰম লাগে
মোলৈ ঘূৰি চালে
মই ভবাটো মনে মনে
সিও চাগে ভাবে
চুচুক চামাক কৰে
মোক দেখি জানা ঐ
মাতো মাতো লাগে কিয় জানো ঐ
আগে পাছে এনে হোৱা নাই মোৰ ঐ
মনে খাইছে ক’ব পৰা নাই হে ঐ
মোৰো ভাল লাগে জানা তাকে ভাবি ঐ
ল’ৰা বহু দেখো
মনে মনে তোলৈ চকু
তই বা কি কৱ
সুধিব মনে যায় তোক
মাতোতে বহুতক মাতো
অন্তৰে তোকেহে ভাবো
তই জানো বুজা নাই
বুজি সোণ পোৱা নাই মোক
ও মোৰ লাজুকী সপোনৰ
এটি ভাবনা আলাসৰ
কেতিয়াকৈনো হ’ব পূৰ
বুকুত সাজিছে টঙিঘৰ
যৌবনৰে জীয়া আশা পাবলে কাষৰত
ও এটা ল’ৰা মৰম লাগে
মোলৈ ঘূৰি চালে
মই ভবাটো মনে মনে
সিও চাগে ভাবে
মই ভবাটো মনে মনে
সিও চাগে ভাবে